তেওঁলোকৰ ভিতৰত ৫৬ জনে ১০ ৰ পৰা ১৮ বছৰ কাৰাগাৰৰ ভিতৰত থাকিব লাগিব।
Read Moreইয়াৰ উপৰিও, শিৱসাগৰ জিলা কাৰাগাৰত থকা ক'ভিডত আক্ৰান্ত কাৰাবন্দী সকলক কাৰাগাৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে সদৰি কৰে। লক্ষণযুক্ত কাৰাবন্দী ক'ভিড ৰোগী পৰিলক্ষিত হলে তেওঁলোকক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰাখি চিকিৎসা প্ৰদান কৰা হ'ব।
Read More