কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই।
Read Moreউক্ত সজাগতা সভাত সাংসদ, বিধায়ক ,উপায়ুক্ত আৰক্ষী অধীক্ষকে পথ সুৰক্ষা সপ্তাহৰ গুৰুত্ব সম্পৰ্কে আৰু পৰিবহন আইন মানি চলি সমাজৰ সকলোৱে সচেতন হ'লে দুৰ্ঘটনা ৰোধ হোৱাৰ লগতে অনেকৰ প্ৰাণ ৰক্ষা পৰিব বুলি ব্যক্তব্য ৰাখে ।
Read Moreতেনেস্থলত শৌচাগাৰ নির্মাণত ৪৪.৪৫৮ টকা ধায্য কৰা আৰু চাইনবৰ্ড নিৰ্মাণত ব্যার্থ কৰা টকাৰ পৰিমাণে এই আঁচনিবোৰত যে ব্যাপক দুর্নীতি হৈছে সেয়া স্পষ্ট কৰিছে বুলি অভিযোগ তুলিছে।
Read Moreঅসমত এতিয়া বন্দুক বাৰুদ আৰু আন্দোলন নাই , আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেৱল উন্নয়নৰ যাত্ৰা- বি.টি.চিৰ চিফ প্ৰমোদ বড়ো৷ বড়ো সকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী আৰু বৌদ্ধিক ক্ষেত্ৰ শক্তিশালী কৰিব লাগিব - ডাঃ ৰনোজ পেগু৷
Read More