যিজন ইয়ালৈ আহে তেওঁ আশীৰ্বাদপ্ৰাপ্ত। অনুগ্ৰহ কৰি এইটো নক’ব… এইটো প্লেটফৰ্ম নহয়।
বৃহস্পতিবাৰে কৰ্ণাটক বিজেপিৰ সভাপতি নলিন কুমাৰ কাটিলক সেই স্থানত উপস্থিত হোৱাৰ সময়ত উত্তেজিত ৰাইজে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰতিষ্ঠানটোৱে কৈছে যে সমল অৱৰোধ কৰাৰ আদেশ আইটি আইনৰ ধাৰা ৬৯ এ তকৈ পৃথক।
বাণিজ্য আৰু উদ্যোগ বিভাগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত মেঘালয়ক এই সন্মান প্ৰদান কৰা হৈছে।
ৰাজহুৱা স্থানত ‘অবৈধভাৱে স্থায়ী অনুজ্ঞাপত্ৰ' প্রদান কার্যতো উদ্বেগ প্রকাশ কৰে ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি তিনি সপ্তাহ পাছত ধাৰ্য কৰা হৈছে।
শিক্ষা প্ৰতিষ্ঠানৰ হিজাব বিতৰ্কই শেহতীয়া কেইটামান মাহত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।
উল্লেখ্য যে উত্তৰ প্রদেশে ১৫৫ ৰানত প্ৰথম ইনিংছ সামৰিছিল।
কৰ্ণাটক চৰকাৰৰ গৃহমন্ত্ৰী আৰাগা জ্ঞানেন্দ্ৰই ব্যক্ত কৰা অনুসৰি আৰ এছ এছৰ কৰ্মীসকলক উপযুক্ত নিৰাপত্তা প্রদান কৰা হ'ব।
হতাশাত ভুগিবলৈ আৰম্ভ কৰে
সমিতিখনে 'এটা নতুন ধৰ্মৰ উদ্ভৱ - বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম' অধ্যায়ৰ পৰিচয় অংশটো আঁতৰাবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰতিবাদ আৰু আন্দোলনৰ সৃষ্টি হয়
August 15, 2022