কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই।
মই তেওঁক দুৰ্ব্যৱহাৰ কৰা নাছিলো বা তেওঁক শাৰীৰিক ভাৱে আঘাত কৰাও নাছিলো!
কালাপাহাৰ ক'ভিড হাস্পতালৰ পৰা ভিতালী দাসৰ নশ্বৰদেহ গীতানগৰৰ বাসগৃহলৈ নিয়া হ’ব।
ভুক্তভোগী কিশোৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত নিজ মাতৃক অৱগত কৰাৰ পাছতেই কিশোৰী গৰাকীৰ মাতৃয়ে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
৩১ জানুৱাৰীত অৱসৰ লব বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
ঘটনা সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল বেংতল আৰক্ষীয়ে।
চিচিটিভি ফুটেজ চাই কৰায়ত্ত কৰে
আৰক্ষী থানাত আত্মসমৰ্পণ কৰে
আছাম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নে সেই অঞ্চলত আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই উদ্ধাৰ কৰে এই সমূহ গাঞ্জা ।
২০ লাখৰ গাঞ্জা জব্দ কৰে
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন পৰ্যায়ৰ ৬০০ৰো বিষয়াই ভার্চুৱেল ব্যৱস্থাৰে এই সন্মিলনত ভাগ লয়।
আৰক্ষীয়ে জেহাদীৰ পত্র জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
খানাপাৰা আৰু জালুকবাৰীত আৰক্ষীয়ে দিনে-নিশাই মহানগৰত প্ৰৱেশ কৰা যান-বাহনৰ ওপৰত চকু ৰাখিছে৷
এজন আৰক্ষী বিষয়াই জনোৱা মতে,দেওবাৰে নিশা ইম্ফলত গাড়ীৰ স্বাভাৱিক পৰীক্ষাৰ সময়ত দুজন ব্যক্তিক আটক কৰি ম্যানমাৰৰ পৰা সৰবৰাহ কৰা ড্ৰাগছখিনি তেওঁলোকৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হয়।
নুনমাটি থানাত পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ৷পলাতক ৰাহুল আলী মৰিগাঁৱত আত্মগোপন কৰাৰ তথা লাভ আৰক্ষীৰ।
January 29, 2023