ঘটনাটোৰ মূল অভিযুক্ত মজিদা খাতুন মহিলাগৰাকীকে ধৰি বহুকেইজনক আৰক্ষীয়ে বৰ্তমানেও গ্ৰেপ্তাৰ কৰিব পৰা নাই ।
পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক ৰোধিবলৈ সাজু হৈ আছে আৰক্ষী-প্ৰশাসন।
জেৰা চলাই থকা হৈছে
চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অদম্য অভিযান অব্যাহত আছে।
হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ।
ছচিয়েল মিডিয়াত অলফাত যোগদানৰ প'ষ্ট দি আটক হোৱা মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
যোৱা ১৫ জুনত গোচৰটোৰ শুনানিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ মুখ্য সচিব আৰু কলকাতাৰ আৰক্ষী আয়ুক্তক উত্তৰ দিবলৈ ছয় সপ্তাহৰ বাবে সময় দিছিল ।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতাসকলৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰী - ছাত্র-ছাত্রীসকলে কেইবাখনো বাহনত অগ্নিসংযোগ কৰে।
August 15, 2022