গুৱাহাটীৰ পৰা অহা বেচৰকাৰী সংস্থাটোৱে ঠাই দুখনৰ ক্ষতি হোৱা অঞ্চল পৰিদৰ্শন কৰে আৰু বানে ক্ষতি কৰা গঞা ৰাইজক কিঞ্চিৎ সহায় কৰে ।
Read More২০২১ চনৰ ফেব্ৰুৱাৰীত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পাছত পাটোলে পদত্যাগ কৰে আৰু তেতিয়াৰ পৰাই এনচিপিৰ উপ-সভাপতি নাৰহাৰী জিৰৱালে অধ্যক্ষ হিচাপে কাম কৰি আছে ।
Read Moreজ্যেষ্ঠ উপদেষ্টা অজয় সিঙে শুক্ৰবাৰে আগবেলা তাজ ভিভান্তাত তথ্য-প্ৰযুক্তি মন্ত্ৰী মহন্তক সাক্ষাৎ কৰি অসম চৰকাৰৰ সৈতে তথ্য-প্ৰযুক্তি আধাৰিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সহযোগিতা তথা অংশীদাৰিত্বৰ সম্ভাৱনীয়তা সন্দৰ্ভত আলোচনা কৰে।
Read Moreউপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু উপায়ুক্ত পল বৰুৱাই কৃতী ছাত্ৰ গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
Read More