ৰাষ্ট্ৰবাদী আৰু দেশভক্তিৰ চাৰ্টিফিকেট প্ৰদান কৰা সকলৰ সঁচা চৰিত্ৰ সম্পূৰ্ণভাৱে সকলোৰে সন্মুখলৈ আহিছে: ছোনিয়া গান্ধী
Read Moreকংগ্ৰেছৰ আভ্যন্তৰীণ সভাপতি ছোনিয়া গান্ধীলৈ তেলেঙ্গানা প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰেৰণ কৰা এখন পত্ৰত দলক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ ওপৰত বিশ্বাস আছে বুলি মত পোষণ কৰাৰ লগতে ভাৰতত গণতন্ত্ৰক কেৱল ৰাহুল গান্ধীয়ে হে ৰক্ষা কৰিব পাৰিব বুলি উল্লেখ কৰে
Read Moreকংগ্ৰেছৰ অন্তৱর্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে অতিশীঘ্ৰে দলৰ বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব ৷ তদুপৰি কংগ্ৰেছত সংস্কাৰৰ দাবী কৰি থকা নেতা সকলোকো সাক্ষাৎ কৰিব ছোনিয়া গান্ধীয়ে
Read Moreশাৰদ পাৱাৰকে বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা অধিক বুলি সূত্ৰসমূহে জনায়।ছোনিয়া গান্ধীৰ পাছতেই তেওঁৱেই হৈছে বিৰোধী মিত্ৰজোঁটৰ আটাইতকৈ পুৰণি নেতা।বিৰোধী শত্ৰু-মিত্ৰ সকলো দলৰে সৈতে শাৰদ পাৱাৰৰ সম্পৰ্ক ভাল।
Read Moreগান্ধীৰ জন্মদিন উপলক্ষে ১০ দিনৰ কাৰ্যসূচীৰে মহাৰাষ্ট্ৰৰ প্ৰদেশ কংগ্ৰেছে ৰক্ত দান অভিযান আৰম্ভ কৰিছে ৷ মহাৰাষ্ট্ৰ চৰকাৰৰ কৰ মন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি বালাচাহাব থোৰাটা এই কথা প্ৰকাশ কৰি কয় যে এই অভিযানৰ জৰিয়তে ৰাজ্যখনত ২৫হাজাৰ তেজৰ বেগ সংগ্ৰহ কৰাৰ লক্ষ্য হাতত লোৱা হৈছে ৷ বৰ্তমান সময়ত মহাৰাষ্ট্ৰত মজুত থকা তেজৰে মাত্ৰ দুটা বা তিনিটা দিনহে কিবাকৈ চলাই নিব পৰা অৱস্থাত আছে ৷
Read More