অঞ্চলটোৰ ১,৭৩,৮২১টা পশুধন বানত আবদ্ধ হৈ আছে। ইপিনে, বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে বানপীড়িতক খোৱাপানী আৰু খাদ্য যোগান ধৰিছে।
নলবাৰী জিলাৰ টিহু আৰক্ষী থানাৰ অন্তৰ্গত নিজ নিমাতিৰ মুকুন্দ ডেকা নামৰ কাৰাবন্দী এজনক নলবাৰী জিলাৰ কাৰাগাৰ কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে ২৪ নৱেম্বৰ তাৰিখে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰাইছিল।
মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকা উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ।
অসম আৰক্ষীয়ে পূৰ্বৰ সুনাম ওভতাই আনিবলৈ সক্ষম হৈছে
শ্বহীদ গৰাকীৰ পৰিয়ালে বিগত দুটা বছৰে ৰাজ্য চৰকাৰৰ পৰা পোৱা নাই কোনো সঁহাৰি।
টেবলেটত ৰাষ্ট্ৰীয় পতাকা অংকন কৰি আছাম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত টিহুৰ এগৰাকী ছাত্ৰীৰ।বিজুলী কলিতা নামৰ ছাত্রীগৰাকীয়ে ৫ মিঃমিঃ ব্যাসাৰ্ধৰ টেবলেটত ৰাষ্ট্রীয় পতাকা অংকন কৰিছিল।
July 4, 2022