মহাৰাষ্ট্ৰৰ তিনি বিসম্বাদী বিধায়কৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁলোকে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ।
Read Moreনিজৰ বসতি স্থান এৰি অনাই বনাই দুৰ্গম পাহাৰ অতিক্ৰম কৰি চাৰি বছৰৰ পিচত পাহাৰৰ ওপৰৰ এটুকুৰা বিস্তৃৰ্ণ সমতল পাই বসতি স্থপন কৰিছিল ৷ অঞ্চলটোত তৰানিৰে মাজে মাজে লুনীয়া পানীৰ উঁহ থকাৰ বাবে নতুন এই বসতিস্থানৰ নাম হৈছিল তৰা পুং ৷ কালক্ৰমত এই তৰাপুঙে হয় গৈ তাৰাপুং ৷
Read Moreঅজ্ঞান-আন্ধাৰে আবৰি ৰখা তাহানিৰ জোনাই অঞ্চলৰ জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জন্ম ইতিহাস উল্লেখ কৰি সোণালী জয়ন্তী গৰকা শিক্ষানুষ্ঠানটো শিক্ষাৰ বাটকটীয়া বুলিও মন্তব্য কৰে। আনহাতে অতিথি দুৰ্গা ৰেগনে ১৯৭৯ চনত গঠন হোৱা জোনাই মহকুমাৰ সদৰ এলেকাৰ ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজক ভূমিপট্টা দিয়া সম্পূৰ্ণ কৰি 'টাউন কমিটী' গঠন কৰিলেহে উন্নয়নৰ গতি ত্বৰান্বিত হ'ব বুলি গুৰুত্ব পূৰ্ণ মন্তব্য কৰে।
Read More