এতিয়ালৈ অসমত প্ৰায় ৪০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হৈছে।
Read Moreদেশজুৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দেশবাসীক মাধমাৰ শোধাইছে৷মূল্যবৃদ্ধিক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱাৰ লগতে এগৰাকী ছয় বছৰীয়া কণমানিৰ এখন চিঠিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷প্ৰথম শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী ছয় বছৰীয়া কণমানিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মূল্যবৃদ্ধিৰ বাবে সন্মুখীন হোৱা 'কষ্ট' সম্পৰ্কে এখন পত্ৰ লিখিছে।উত্তৰ প্ৰদেশৰ কনৌজ জিলাৰ ছিব্ৰামৌ চহৰৰ কৃতি দুবে
Read More