তেওঁলোকৰ ভিতৰত ৫৬ জনে ১০ ৰ পৰা ১৮ বছৰ কাৰাগাৰৰ ভিতৰত থাকিব লাগিব।
Read Moreআজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু ভাবিবৰ সময় হৈছে।আজমলৰ দাৰি টুপি দেখিয়েই তেওঁক সন্ত্ৰাসবাদী, দেশ বিৰোধী বুলি ক’লেই নহ’ব, প্ৰমাণ দিয়ক।মই আজমলক মাত্ৰ এবাৰ লগ পাইছো, তেওঁৰ কাৰ্যকলাপ দেশদ্ৰোহী নহয়।
Read Moreএবছৰে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। ইটো পাছত সিটো নতুন গোচৰ জাপি দেশদ্ৰোহী সজাই অখিল গগৈক এবছৰে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে। আনহাতে কৃষক নেতা গৰাকীৰ জামিনৰ শুনানি সম্পূৰ্ণ হোৱাৰ পাছতো ন্যায়লয়ে ৰায় নিদিয়াত এতিয়া যেন অখিলৰ মুক্তিৰ প্ৰতীক্ষাত নিতৌ বাঁট চাই ৰোৱা অখিলৰ ৰোগীয়া বৃদ্ধা মাতৃও হতাশ হৈ পৰিছে।
Read More