চেভ্ৰলেট বাহনৰ পৰা জব্দ কৰে
হত্যাৰ আশংকা কৰা হৈছে
মুখ্যমন্ত্ৰীক ৰাইজে পৰিয়ালটোৰ দায়িত্ব ল’বলৈ আহ্বান জনায় ৷
মুঠতে ৰাজ্যৰ আন ১৩ টা সমষ্টিৰ লগতে লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিও এইবাৰ বিজেপিৰ দখললৈ আহিব বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷
দুগৰাকীৰ মৃত্যু হৈছে
ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে আৰক্ষীৰ এই সমগ্ৰ কাৰ্যক মুছলমান বিৰোধী বুলি অভিহিত কৰে।
অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত ৰুজু হৈছে সৰ্বাধিক গোচৰ । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা ।
ধুবুৰীৰ ১নং ৱাৰ্ডৰ পাছপোৰ্ট বনোৱা কাৰ্যালয়ত চলিছিল অভিযান।
অসমৰ ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা ইতিমধ্যে শদিয়াত সামৰণি পৰিছে ৷
ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা তীব্ৰ ককৰ্থনাৰ সন্মুখীন হৈছিল ধুবুৰী আৰক্ষী।
মহিলাগৰাকী নিহত হয়
ৰাজ্যপাল গৰাকীয়ে নিজৰ মূল্যবান ভাষণত হিন্দু সকলৰ বাবে আৰু বিশ্ব শান্তিৰ বাবে শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ আত্ম বলিদানৰ সংক্ষিপ্ত জীৱনী সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰে ৷
March 2, 2023