সভাত আৰক্ষী অধীক্ষক মোহনলাল মীনাই আইনী ব্যৱস্থা সম্পৰ্কে গাঁও অঞ্চল সমূহত ৰাইজক সজাগ কৰিবলৈ কোৱাৰ লগতে জিলাখনত ভবিষ্যতে বাল্য বিবাহ শূন্য কৰিবলৈ আৰম্ভ পৰা পদক্ষেপৰ সহযোগিতা কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷
দলটোৱে প্ৰতিযোগিতাত ৩৫ কেজিৰ পৰা আৰম্ভ কৰি ৬০ কেজি ওজনলৈকে ভাগ লৈছিল।
হিট হোৱাটো প্ৰায় নিশ্চিত
এই পাঁচগৰাকী এথলিটে ২০২৪ত জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান মাষ্টাৰ্ছ এথলেটিক্ছ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ যোগ্যতা অর্জন কৰিছে।
বিগত গুণোৎসৱত "এ প্লাছ" প্ৰাপ্ত চৰকাৰী ধনেৰে নিৰ্মাণ কৰি উলিওৱা পুথিভঁৰাল উদ্বোধন
অৱশ্যে এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।
বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ৰাজ্য চৰকাৰে চলোৱা বেদখলমুক্ত অভিযান আৱশ্যক: ৰাকেশ দাস
ধেমাজিৰ বাসিন্দা
সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ৷
অসমৰ ২৩ শতাংশ কন্যাৰ বাল্যবিবাহ আৰু ১১ শতাংশ কম বয়সতে মাতৃত্ব অৰ্জন কৰাৰ বাবে প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ যাৰবাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
ৰাজ্যৰ আৰক্ষী থানাসমূহত ৪ হাজাৰৰো অধিক বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈ আছে।
March 2, 2023