ব্যাপক হাৰত ভিৰ হৈছে
কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই।
এতিয়ালৈ অসমত প্ৰায় ৪০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হৈছে।
নাৰেংগীত গ'ল্ড চিনেমা হলত বজৰং দলে জ্বলালে 'পাঠান'ৰ পোষ্টাৰ।
যোৱা মাহত, ছলমান, কেটৰিনা আৰু ইমৰান হাছমী দৃশ্যগ্ৰহণৰ বাবে দিল্লীলৈ আহিছিল। তাৰ পিছত, তেওঁলোকৰ ছবিৰ মুক্তিৰ খবৰ প্ৰকাশ পাইছে।
২০০৭ চনৰ টি২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়া বিজয়ী হোৱাত ইউচুফ পাঠানে অন্যতম অৰিহণা আগবঢ়াইছিল।বেটিঙৰ লগতে স্পীনাৰ হিচাপেও আছে ইউচুফ খানৰ দক্ষতা।
তাৎক্ষণিকভাৱে নামভৰ্তি কৰিব পাৰিব
অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই নিজে প্ৰদৰ্শনী আৰু বিক্ৰী মেলা তথা গ্ৰন্থ আৰু সাহিত্য উৎসৱৰ সম্পূৰ্ণ ব্যৱস্থাপনা তদাৰক কৰি আহিছে।
জনসাধাৰণৰ বিপুল সঁহাৰি৷মন্ত্ৰী বিমল বড়াৰ দ্বাৰা সম্পূৰ্ণ ব্যৱস্থাপনাৰ তদাৰক৷
উপস্হিত থাকে কৃষি মন্ত্ৰী অতুল বৰাৰ সংসদীয় পৰিক্ৰমা, তথ্য, জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকা ।
১১ খন দেশৰ কূটনীতিবিদসকলে অংশগ্রহণ কৰে
হ্ৰাস পোৱা সমল আৰু লিংগৰ অনন্যতাৰ বিষয়ে সজাগতা সৃষ্টিৰ এক প্ৰদৰ্শনী
এই বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল চিনেমাখনত অভিনয় কৰা অনুপম খেৰেও ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি 'কৃষি আৰু উদ্যান শস্য, মীন পালন আৰু ৰেচম পালনেৰে স্বনিয়োজন' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
দিল্লীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন বিষয়া । উক্ত কাৰ্যসূচীৰ বাবে যুদ্ধ গতিত প্ৰস্তুতি চলাইছে অসম চৰকাৰে ।
প্ৰদৰ্শনীত মুঠ ১৬৪ খন ষ্টল থাকিব আৰু বৈদিক যুগৰ বৈজ্ঞানিক বিষয়ো প্ৰদৰ্শিত হ’ব । এই বৈজ্ঞানিক প্ৰদৰ্শনীত দেশৰ ২২ খন ৰাজ্যই অংশগ্ৰহণ কৰিব ।
January 29, 2023