আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি লাভ কৰিব
অভিলেখ গঢ়িব
বিটিআৰৰ মুৰববী শ্ৰীবড়োই এই মহোৎসৱে বড়োলেণ্ডৰ সৰ্বাঙ্গীন উন্নয়ণৰ ক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন সাধন কৰিব বুলি আশা প্ৰকাশ কৰে।
৮৪ খন দেশ ভ্ৰমণ কৰিছে
বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব সকলো কাৰ্যসূচী৷ বড়োভূমিত নেতিবাচক শক্তি দূৰীকৰণৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ মূল লক্ষ্য ৷
২৮ ফেব্ৰুৱাৰীত সমাপ্তি ঘটিব
কংগ্ৰেছে এই সন্দৰ্ভত জেপিচিৰ তদন্তৰ দাবী জনাইছে। অৱশ্যে বিৰোধীৰ এই দাবী এতিয়াও চৰকাৰে উপেক্ষা কৰি চলিছে।
শ্ৰীশ্ৰী অনিৰুদ্ধদের আসনৰ প্ৰাক্তন অধ্যাপক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচার্য ড০ ডম্বৰুধৰ নাথে ‘মটক জনগোষ্ঠীৰ পৰিচয় গঠনত সাহিত্য আৰু ইতিহাসৰ প্ৰসংগ' শীৰ্ষক বক্তৃতা প্ৰদান কৰিব।
২০০ বিলিয়ন ডলাৰতকৈও অধিক
সামৰণি অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশিষ চৌহান আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ।
March 2, 2023