অভিনয়, পৰিকল্পনা আৰু নাট ৰচনাৰ দিশত শিক্ষাৰ্থীসকলৰ সহযোগিতা আৰু সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে ই এক উৎকৃষ্ট মঞ্চ।
Read Moreদখলদাৰী শত্ৰুৰ হৈ চোৰাংচোৱা কাৰ্যত লিপ্ত থকা তথা গুপ্ত ষড়যন্ত্ৰৰ বিষয়ে নিজ মুখে স্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এনে গুৰুতৰ অপৰাধত দোষী সাব্যস্তৰে শ্ৰীধনজিৎ দাস ওৰফে শ্ৰীৰূপক অসম, শ্ৰীসঞ্জীৱ শৰ্মা ওৰফে শ্ৰীঋষৱ অসমক মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল৷
Read More