এই স্বৈৰাচাৰী শাসন শীঘ্ৰে অৱসান কৰি আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈও ডি ৱাই এফ আইয়ে দাবী কৰিছে।
Read Moreকৃষি কৰ্মৰ লগত জড়িত বগীৰাম শইকীয়াই সেনাবাহিনীৰ অত্যাচাৰৰ বলি হৈ পৰৱৰ্তী সময়ত মানসিক ভাৰসাম্য হেৰুওৱাই পেলাইছিল।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত তেওঁৰ চিকিৎসা কৰিছিল যদিও কোনো আৰোগ্য লাভ নকৰিলে।
Read Moreবন্তি প্ৰজ্বলন কাৰ্যসূচীত চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পৰীক্ষিত ফুকনৰ লগতে চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুকুন্দ মাধৱ চুতীয়া উপস্থিত থাকি ছাত্ৰ নেতা অনিমেশ ভূঞাই মৃত্যুক আকোঁৱালী লোৱা বৰ্বৰ কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক চৰম শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়।
Read More