ঘটনাটো সোমবাৰে সংঘটিত হৈছিল আৰু কোটিপতিজনৰ টুইটটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল।
Read Moreসুম্নিমা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনৰ এগৰাকী প্ৰাক্তন সাংবাদিক আৰু তেওঁ নীমা মাৰ্টিন শ্বেৰ্পাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।দীৰ্ঘদিন ধৰি সুম্নিমাই কেইবাটাও ভাৰতীয় মাধ্যমত কাম কৰিছে।বিয়াখন মঙলবাৰে অনুষ্ঠিত হৈছিল আৰু ৫ মে'ত বোদ্ধাৰ হায়াত ৰিজেন্সি হোটেলত অভ্যৰ্থনাৰ আয়োজন কৰা হ'ব।
Read More