কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থ গংগা আৰু মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ জৰিয়তে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে।
Read Moreসংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাৰ বিভিন্ন পদ্ধতিৰ বিষয়ে বিস্তৃতভাবে ব্যাখ্যা দাঙি ধৰি এনে পৰীক্ষা সমূহত অৱতীৰ্ণ হ'বলৈ জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।
Read Moreএই সভাতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ সকলো পাঠ্যপুথি হিন্দী, ইংৰাজী আৰু উৰ্দুৰ লগতে আন ভাৰতীয় ভাষাতো ছপা কৰি উলিয়াবলৈ আহ্বান জনায়।
Read More