কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই।
Read Moreএই সন্মিলনত ছাইবাৰ অপৰাধ, আৰক্ষী ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ, সন্ত্ৰাসবাদ প্ৰতিহতকৰণৰ প্ৰত্যাহ্বান, বাওঁপন্থী উগ্রবাদ, সামর্থ্য বৃদ্ধি আৰু কাৰাগাৰৰ সংস্কাৰকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা হ'ব।
Read Moreভূটানৰ সংবিধান মতে, অতি কমেও বাৰ মাহৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পৰাকৈ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ থাকিবই লাগিব ।গতিকে সংস্থাটোৰ মতে, জোঁৰ পুৰি হাত পাবলৈ মাজত মাত্ৰ এমাহহে আছে ।
Read More২০১৪ চনৰ ২৯ আগষ্টত নগা শান্তি আলোচনাৰ বাবে কেন্দ্ৰৰ মধ্যস্থতাকাৰী হিচাপে নিযুক্ত হোৱা নগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুলৈ স্থানান্তৰ কৰাৰ পিছতে ২০ ছেপ্টেম্বৰত কোহিমাত শান্তি আলোচনা পুনৰ আৰম্ভ হয়।
Read More