আনহাতে, ৰেলৱে দলক প্রতিনিধিত্ব কৰা অসমৰে আন এগৰাকী খেলুৱৈ পপী হাজৰিকাই স্বর্ণপদক জয় কৰে প্ৰতিযোগিতাখনত।
অসমৰ ভাৰোত্তোলকৰ এই ধাৰাবাহিক সফলতাত অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে খেলুৱৈৰ প্ৰদৰ্শনত আনন্দিত হোৱাৰ লগতে খেলুৱৈৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে।
সাংসদ তপন কুমাৰ গগৈয়ে দুইগৰাকী অসম সন্তানক শুভেচ্ছা জ্ঞাপন কৰে।
মীৰাবাই চালকসকলক লগ পোৱাৰ লগে লগে উচুপি উঠিছিল।
July 4, 2022