ন্যায়ালয়ৰ বাধা নামানি অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত ৪৯ সংখ্যক আঁহতগুৰি ম’হ যুঁজ
Read More"সমাজৰ সকলো অপসংস্কৃতি আৰু কু সংস্কাৰৰ লগতে হিংসা আৰু কপততা এই সকলো বিলাক মেজিৰ জুইত জাহ যাওক" -মাৰ্ঘেৰিটাত ভোগালী মেলাত মূখ্যমন্ত্ৰী শুভ উদ্ধোধন কৰি সৰ্বানন্দ সোনোৱাল।লিডু আৰু মাৰ্ঘেৰিটাত দুখনকৈ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভ উদ্ধোধন কৰে মূখ্যমন্ত্ৰীয়ে।
Read Moreহোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হোৱা বৈঠকত বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হোৱা বিষয়টোত সকলোৱে সহমত পোষণ কৰিছে।মুখ্য নির্বাচন আয়ুক্তৰ নেতৃত্বত শীর্ষ দলে অসম ভ্রমণ কৰি নির্বাচনী প্রস্তুতিৰ বুজ লোৱাৰ লগে লগে শীঘ্রে নির্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনাক স্পষ্ট কৰিছে৷
Read Moreকেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা ২০২১ বৰ্ষৰ বন্ধৰ নতুন তালিকাখনত বহাগ বিহুৰ বাবে নাই নিৰ্ধাৰিত কোনো বন্ধ দিন।কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ ছুটিৰ তালিকা অনুসৰি বহাগ বিহুক ২০২১ ৰ ছুটিৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে।
Read More