ভাৰতে পৰৱৰ্তী মেচখন কাইলৈ চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একে সময়তে ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।
মহিলাতকৈ পুৰুষক বেছিকৈ প্ৰভাৱিত কৰে
কাৰাগাৰত কটাব লাগিব
কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিছে দুগৰাকী ছাত্ৰীয়ে।তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল(কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই।
সৰু কাটাৰেৰে খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন।
স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই
অভিজ্ঞ ডিফেণ্ডাৰ দীপ গ্ৰেচ এক্কাক দলটোৰ সহঃঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
আনহাতে, ৰেলৱে দলক প্রতিনিধিত্ব কৰা অসমৰে আন এগৰাকী খেলুৱৈ পপী হাজৰিকাই স্বর্ণপদক জয় কৰে প্ৰতিযোগিতাখনত।
মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলো।এন ডি এ চৰকাৰে এতিয়া শীৰ্ষ পদৰ বাবে এগৰাকী জনজাতীয় মহিলাবাছনি কৰি বিজেপিৰ "সব কা সাথ, সব কা বিশ্বাস" শ্লোগান প্ৰমাণ কৰিছে।
মুৰ্মুৰ জীৱন ব্যক্তিগত দুৰ্ঘটনাৰে ভৰি আছে কিয়নো তেওঁ স্বামী আৰু দুয়োটা পুত্ৰক হেৰুৱাইছে।তেওঁৰ জীয়ৰী ইতিশ্ৰী গণেশ হেমব্ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।
July 4, 2022