সামৰিক মৰ্যাদাৰে জন্মভূমিত অলেখ লোকৰ উপস্থিতিত শেষ বিদায় জনোৱা হয় শ্বহীদ বীৰ সেনা বিষয়াগৰাকীক।
আৱেগিক কাহিনীটো পোহৰলৈ আহিছে
নুনমাটি থানাত পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ৷পলাতক ৰাহুল আলী মৰিগাঁৱত আত্মগোপন কৰাৰ তথা লাভ আৰক্ষীৰ।
পিতৃ সাংবাদিক সঞ্জীব হাজৰিকা আৰু মাতৃ বিশিষ্ট বৰগীত শিল্পী ৰিজু হাজৰিকাৰ দুটি সন্তানৰ জ্যেষ্ঠ তথা একমাত্র পুত্ৰ ৰক্তিম হাজৰিকা।
জাগীৰোডৰ শিলচাঙত সংঘটিত হৈছে এই ঘটনা।
কন্যা আৰু নাতি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে দুয়োকে ওভতাই আনিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৱাহিদাৰ মাতৃ আজিখা খাতুন।কিন্তু আদালতেও তেওঁৰ লেখ আবেদন খাৰিজ কৰে।
৫০ গৰাকী আই মাতৃক বিশেষ সম্বৰ্ধনা৷
ইফালে বিদেশী বোৱাৰী পাই এতিয়া সুখী হৈ পৰিছে প্ৰাঞ্জলৰ পিতৃ-মাতৃও।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আশে-পাশে সাজু হৈ আছিল বংগ। কিন্তু প্ৰধানমন্ত্ৰীয়ে মাতৃৰ মৃত্যুৰ বাবে বংগ ভ্ৰমণ বাতিল কৰে।
শুক্রবাৰে মৃত্যু হয়
January 29, 2023