চাউণ্ড চিষ্টেম সংলগ্ন চি চি কেমেৰা লগাবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে।এই চি চি কেমেৰাত সকলো ফুটেজ ১৮মাহ পৰ্যন্ত ৰখাটো বাঞ্চনীয় বুলি নিৰ্দেশত কোৱা হৈছে।
শিক্ষা বিভাগে পৰৱৰ্তী সময়ত পৃথকে ক'ভিডৰ গাইডলাইন প্ৰকাশ কৰিব।
কোনো ব্যক্তিয়ে নিয়ম উলংঘা কৰিলে IPC ১৮৮ ধাৰা অধীনত এমাহ কাৰাগাৰ নাইবা জৰিমনা ভৰিব লাগিব।
অন্ত্যেষ্টিক্ৰিয়া / অন্তিম সংস্কাৰ সম্পৰ্কীয় সমাৱেশত প্ৰতিজন মৃতকৰ বাবে ২০ জনতকৈ অধিক ব্যক্তি হ'ব নালাগে ।
মাস্ক নিপিন্ধিলে ভৰিব লাগিব ১০০০ টকা
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় এই নিৰ্দেশ পালন কৰিব লাগিব ৷
সকলো ব্যক্তি প্ৰৱেশ কৰা ভিডিঅ' কেমেৰাৰে ৰেকৰ্ড কৰিব লাগিব।
বিহু কমিটিৰ বিষয়-ববীয়াৰ লগত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী বৈঠক I
সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয় বন্ধ কৰা হ'ব ।
বিহু উদযাপ কৰক, কিন্তু তাত শৃংখলাবদ্ধতা অটুত ৰাখিব লাগিব।
বৰ্ধিত ক'ভিড-১৯ ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও মন্ত্ৰনালয়ে ৫০ শতাংশ কৰ্মচাৰীৰ ক্ষমতাত কাম কৰিবলৈ পৰামৰ্শ দিছে।
April 21, 2021