এই চুৰিৰ উচিত শাস্তি হ'ব লাগে ৷ আমি ৰাজ্য চৰকাৰক এই ঘটনাৰ বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনাইছো৷
Read Moreশূন্য উত্তীৰ্ণ আৰু ১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ'ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।
Read Moreপ্ৰতিবাদৰ বেলিকা সংগঠনটোৰ নেতা-কৰ্মীসকলে 'স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত মুর্দাবাদ', 'স্বাস্থ্যমন্ত্ৰীয়ে শীঘ্ৰে পদত্যাগ কৰক', 'চিকিৎসক ত্রিনয়ন মিলিক কঠোৰ শাস্তি দিয়ক', 'চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰক' কে ধৰি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
Read More