২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল নলয়।
বিধানসভা সচিবালয়ৰ বিষয়া-কৰ্মচাৰী সকলক একোখনকৈ ডিজিটেল হেলথ কাৰ্ড প্ৰদান কৰা হ'ব ।
মন্ত্ৰীগৰাকীয়ে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক-কৰ্মচাৰীক আজি এই সন্মিলনত ৰাজহুৱাকৈ কঠোৰভাৱে সমালোচনা কৰি সতৰ্ক কৰি দিয়ে।
অতিৰিক্ত ধন প্ৰদান কৰোঁ
চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অদম্য অভিযান অব্যাহত আছে।
যথেষ্ট প্ৰশংসা কৰিছে
বৃহৎ আঘাত দিছে
স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী,অংগনবাদী আৰু আশাকৰ্মী তথা স্থানীয় ৰাইজৰ সহযোগত উক্ত কাৰ্যসূচীৰ সফল সামৰণি পৰে ।
পেঞ্চন সেৱা কেন্দ্রত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন সংক্ৰান্ত সকলো প্ৰকাৰৰ সুবিধা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ৷
লোক সভাৰ নিৰ্বাচন হোৱা বৰ্ষটোত মুঠ ১.৪৭ লাখ লোকক নিযুক্তি দিয়া হৈছিল।
পৰিতাপৰ বিষয় যে সংশ্লিষ্ট বিভাগ, পৌৰ সভা, প্ৰশাসন, বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবে ৰাইজে বিচৰা ধৰণে তিনিচুকীয়া নগৰৰ উন্নয়ন পৰিলক্ষিত হোৱা নাই ।
August 15, 2022