ছাত্ৰ-ছাত্ৰী আৰু কিছু সমাজহিতৈষী লোকক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্থেবাৰীৰ লগতে বজালীৰ সমূহ ৰাইজে।
চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল দুই মণ্ডল।
এইদল ছাত্ৰ-ছাত্ৰী আৰু কিছু সমাজহিতৈষী লোকক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্থেবাৰীৰ লগতে সত্ৰ পাকাৰ সমূহ ৰাইজে।
দুর্গতসকলৰ মাজত প্ৰত্যেকবাৰৰ দৰে এইবাৰো থিয় দিলে শংকৰদেৱ শিশু নিকেতন, সৰ্থেবাৰীৰ প্ৰাক্তন ছাত্ৰ-ভাৰতীৰ সদস্য সকলে।
অঞ্চলটোৰ ১,৭৩,৮২১টা পশুধন বানত আবদ্ধ হৈ আছে। ইপিনে, বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে বানপীড়িতক খোৱাপানী আৰু খাদ্য যোগান ধৰিছে।
স্হানীয় লোকৰ অভিযোগ অনুসৰি চালক মৃদুল দাসে উক্ত দিনা মদৰ ৰাগীত ৰাগীয়াল হৈ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছিল।
এইবেলি এই প্ৰতিষ্ঠানটোৰ বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে অসম আৰক্ষীৰ এবি-ইউবিৰ শাৰীৰিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল।
সৰ্থেবাৰী পৌৰসভাত বিজেপি দলে ৭ খন আসন লাভ কৰাৰ বিপৰীতে অগপই এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ২ খন আসনত জয়লাভ কৰিছে ।
২০০৮ চনত তেওঁ পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰি ২০১১ চনত অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান বিভাগৰ পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰে।
জয়া বৰগোহাঞি তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু পৰমেশ্বৰ ডেকা দশম শ্ৰেণীৰ ছাত্ৰ ।
কেৱল মাত্ৰ গুৱাহাটীয়েই নহয় নলবাৰী আৰু সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলতো তেঁওলোকে বস্ত্ৰ বিতৰণ কৰে।
July 4, 2022