উত্তৰ পূৰ্বাঞ্চল ভিত্তিক সৰ্ববৃহৎ এই মেলাখনৰ উন্মোচনী বক্তব্যত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰজন্ম কৃষি আৰু আনুসংগিক ক্ষেত্ৰত সংযোজিত হোৱাটো ভাল খবৰ ।ৰাজ্যৰ কৃষিখণ্ডক আগবঢ়াই নিবলৈ বহু সুস্থ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কৃষি অৰ্থনীতিৰ বিকাশ হব বুলি আমা আশাবাদী ।
Read More