বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চুকে কোনে সোমাই পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰা৷বঢ়মপুৰ সমষ্টিত বহু পুৰণি কৰ্মীয়ে অগপ এৰি যোগদান কৰিছে কংগ্ৰেছ দলত৷বুধবাৰে প্ৰায় শতাধিক অগপ–বিজেপিৰ পুৰুষ.মহিলাই কংগ্ৰেছ দলত যোগদান কৰে৷
Read Moreতিনিচুকীয়া জিলাৰ ছৈখোৱা অঞ্চলৰ হাতীঘুলী অঞ্চলত খৰালীৰ সময়টো ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা ভয়ংকৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰি ডিব্ৰুগড়-তিনিচুকীয়া জিলা বান আৰু গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিগত নবেম্বৰ মাহৰ পৰাই চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তিপক্ষ আগবাঢ়ি নহাৰ কথাত মঞ্চৰ সভাপতি বিনোদ কেডিয়া আৰু প্ৰেছ উপদেষ্টা শান্তনু গোস্বামী স্বাক্ষৰিত প্ৰেছ বিবৃতিত আচৰ্য্য প্ৰকাশ কৰিছে ৷
Read Moreমন্ত্ৰী তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীৰ ৩২নং বিধানসভা সমষ্টিত অগপত ব্যাপক খহনীয়া হোৱাৰ ফলত বঙাইগাঁৱৰ জিলাত থকা অগপৰ মজবুত দুৰ্গৰ এফাল আজি খহি পৰে ৷ জিলা খনৰ ডাংতল আঞ্চলিক সমিতিৰ তথা ডাংতল পঞ্চায়তৰ সভানেত্ৰী,উপ সভাপতি সহ ২২ গৰাকীৰ অগপ ৰ নেতাৰ পদত্যাগ কৰে ৷
Read More২৬ ডিচেম্বৰত বিজেপিৰ প্রাক্তন ৰাষ্ট্রীয় সভাপতি তথা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ গুৱাহাটী উপস্থিত হ’ব আৰু সিদিনাই কংগ্রেছৰ চাৰিজন নেতাই বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে৷অখিল গগৈয়ে শিৱসাগৰত প্রতিদ্বন্দ্বিতা আগবঢ়ালে তেওঁৰ বিৰুদ্ধে বিজেপিয়ে কুশল দুৱৰীক প্রক্ষেপ কৰিব৷
Read Moreইতিমধ্যে কংগ্রেছৰ মুখপাত্র আৰু আৰ টি আই চেলৰ লগতে প্রাথমিক সদস্যপদসহ কমল কুমাৰ মেধিয়ে দল ত্যাগ কৰাৰ পাছত আজি ভগীৰথ কৰণ আৰু অপূর্ব কুমাৰ ভট্টাচার্যই নিজৰ নিজৰ দায়িত্বৰ পৰা অব্যাহতি লৈছে৷বিধায়ক অজন্তা নেওগ,ৰ’জলিনা তির্কীকে ধৰি কেইবাজনো বিধায়কে কংগ্রেছ এৰি বিজেপিলৈ গমন কৰিব বুলি চর্চা চলি আছে৷
Read Moreআজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমৰ বান গৰাখহনীয়াত খেতি-মাটি, বাসগৃহ ক্ষতিগ্ৰস্ত সকলে ৫ লাখ টকা পৰ্যন্ত সাহাৰ্য, গৃহহীন হোৱা লোকসকলক ১.৫ লাখ টকা আৰু খেতি-মাটি বিধ্বস্ত হোৱা সকলক ১ লাখকৈ টকা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ৷
Read Moreব্লেকমেইলিং চক্রই হােৱাটছএপযােগে ভিডিঅ' কল কৰে আৰু ৰিচিভ কৰিলেই ভিডিঅ’ কলত সম্পূর্ণ উলংগ চেহেৰা,অশ্লীল কাৰুকার্য কৰি দেখুৱায়।এনে ভিডিঅ’ কল ৰিচিভ কৰাৰ লগে লগে চক্রটোৱে বিশেষ কৌশলেৰে স্কেনিং কৰি ইয়াৰ পিছত আৰস্তু কৰে ব্লেকমেইলিং।
Read Moreডিব্ৰুগড় জিলা আবকাৰী বিভাগৰ লাহোৱাল আৰু চাবুৱা আবকাৰী চক্ৰই নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি কালিৰে পৰা ঘোঁৰামৰা আৰক্ষীৰ সহযোগত ডিকম, নাহৰতলী,ঘোঁৰামৰা, মদাৰখাট আদি এলেকাত অভিযান চলাই অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২২০ কিলোগ্ৰাম পাচোৱাই, ৩০ লিটাৰ চুলাই মদ, ২৫ লিটাৰ বিদেশী সুৰা জব্দ কৰে ।
Read Moreব্লেকমেইলিং চক্রই হােৱাটছএপযােগে ভিডিঅ' কল কৰে আৰু ৰিচিভ কৰিলেই ভিডিঅ’ কলত সম্পূর্ণ উলংগ চেহেৰা,অশ্লীল কাৰুকার্য কৰি দেখুৱায়।এনে ভিডিঅ’ কল ৰিচিভ কৰাৰ লগে লগে চক্রটোৱে বিশেষ কৌশলেৰে স্কেনিং কৰি ইয়াৰ পিছত আৰস্তু কৰে ব্লেকমেইলিং।
Read More