চৰাইদেউ জিলাত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
আজিৰ অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, এ পি জি চি এলৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰোহিতৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More