সম্পূৰ্ণৰূপে ভুৱা
ইয়াৰ নেতৃত্ব দিছিল মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক লিয়াংবিং হুৱে।
গতিকে ৰাজস্থানৰ উদয়পুৰৰ ঘটনাৰ পিছতে অমৰাৱতীৰ হত্যাকাণ্ডৰ বিষয়টোৱে নতুন মাত্রা লাভ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে।
ফেল'শ্বিপটো ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ফেল' অধ্যাপক ডানকান ডব্লিউ ব্ৰুছৰ সৈতে কাম কৰিবলৈ অনুমোদন জনোৱা হৈছে।
একেদৰে অসম বিজ্ঞান সমিতি, ডুমডুমা শাখাই ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি ৩৬ সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰে ।
অৰ্ধসম্পূৰ্ণ কাম শীঘ্ৰেই সম্পন্ন কৰা হ’ব বুলি সদৰী কৰিছে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে।
১৬০ কিলোমিটাৰ গভীৰতাত
ছেইণ্ট যোচেফ কনভেণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী৷আনহাতে তন্ময় ভৰালী আৰু তৰংগিনী বৰা দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী।
পৃথিৱীতকৈ অলপ ভৰ বেছি থকা জি জে ১০০২ বিগ্ৰহটো হৈছে দুয়োটাৰে ভিতৰত পৃথিৱীৰ বেছি ওচৰৰ।
বিজ্ঞানীৰ দৃষ্টিগোচৰ হৈছে
৫ দিনলৈ ৰাজ্যত প্ৰচণ্ড শীতপ্ৰৱাহ অব্যাহত থাকিব।
বৰ্তমান অসম চৰকাৰে বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে প্ৰায় ৫ কোটি টকাৰ এক পুঁজি মুকলি কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।
গুৱাহাটীত এতিয়াও জাবৰ সংগ্ৰহ কৰা আৰু পৰিশোধন কৰা ব্যৱস্থাটো শৃংখলিত হোৱা নাই৷
চুবুৰীয়া অৰুণাচল প্ৰদেশত বৰষুণৰ মাত্ৰা বহু বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত এলার্ট জানি কৰা হৈছে।
মহাকালী গ্ৰান্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ গনিত শিক্ষক নিপন দাসে গনিত দিৱসত ভাৰতৰ মহান গণিতজ্ঞ " শ্ৰী নিৱাস ৰামানুজম "ৰ কৰ্মজীৱনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে
March 2, 2023