একেদৰে অসম বিজ্ঞান সমিতি, ডুমডুমা শাখাই ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি ৩৬ সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰে ।
Read Moreকালিৰ চিন্তন শিবিৰত কেন্দ্ৰীয় আয়ুষ ৰাজ্য মন্ত্ৰী ড° মহেন্দ্ৰভাই মুঞ্জপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্রমোদ কুমাৰ পাঠকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Read Moreশেষত আলোচনা সত্ৰৰ সমন্বয়ক ড° শিখাজ্যোতি ডেকাই আগবঢ়োৱা শলাগৰ শৰাইৰ অন্তত অসমৰ জাতীয় সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে ।
Read Moreএই সভাতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ সকলো পাঠ্যপুথি হিন্দী, ইংৰাজী আৰু উৰ্দুৰ লগতে আন ভাৰতীয় ভাষাতো ছপা কৰি উলিয়াবলৈ আহ্বান জনায়।
Read Moreমহিলাসকলৰ সাংবিধানিক তথা ন্যায়িক সুৰক্ষাৰ পৰ্যবেক্ষণৰ লগতে তেওঁলোকক আইনগত দিশত পৰামৰ্শ প্ৰদান, বিভিন্ন ওজৰ আপত্তিৰ নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে এই আয়োগ গঠন কৰা হৈছিল।
Read More