একেদৰে অসম বিজ্ঞান সমিতি, ডুমডুমা শাখাই ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি ৩৬ সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰে ।
Read Moreকালিৰ চিন্তন শিবিৰত কেন্দ্ৰীয় আয়ুষ ৰাজ্য মন্ত্ৰী ড° মহেন্দ্ৰভাই মুঞ্জপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্রমোদ কুমাৰ পাঠকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Read Moreশেষত আলোচনা সত্ৰৰ সমন্বয়ক ড° শিখাজ্যোতি ডেকাই আগবঢ়োৱা শলাগৰ শৰাইৰ অন্তত অসমৰ জাতীয় সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে ।
Read Moreএই সভাতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ সকলো পাঠ্যপুথি হিন্দী, ইংৰাজী আৰু উৰ্দুৰ লগতে আন ভাৰতীয় ভাষাতো ছপা কৰি উলিয়াবলৈ আহ্বান জনায়।
Read More