আম আদমী পাৰ্টীয়ে চৰকাৰৰ এই সিদ্ধান্ত প্রত্যাহাৰ কৰি প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
ভাৰতৰ অন্যতম জ্যেষ্ঠ ৰাজনীতিবিদ পাৱাৰে বহু মিত্ৰতা গঢ়ি তোলা আৰু মিত্ৰজোঁট ভংগৰ কৃতিত্বও ইতিমধ্যে অৰ্জন কৰিছে।
তেওঁৰ বক্তব্য জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ বাবে অপমানজনক,যিটো অতি গুৰুত্বপূৰ্ণ বিভাগ।তেওঁ এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিব লাগে।
তেওঁক কেইদিনমানৰ ভিতৰতে মুকলি কৰি দিয়া হ'ব কিয়নো গোচৰটো সম্পূৰ্ণৰূপে ভুৱা।
বিৰোধীয়ে দাবী কৰিছে যে মৃত্যুৰ ভাবুকি পোৱা এজন ব্যক্তিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাটো আচৰিত জনক ঘটনা।
আপৰ তৰফৰ পৰা প্ৰথমখন বান সাহায্য বাহন গণেশগুৰিৰ পৰা ফ্লেগ অফ কৰে।
আনহাতে, চলিত মে' মাহৰ ভিতৰতে দলটোৰ জিলা সমিতিসমূহৰো গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলি আজি ৰিপুণ বৰাই প্ৰকাশ কৰে ।
গুৱাহাটীৰ লগতে ৰাজ্যৰ জিলা সদৰতো আপে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।
কংগ্ৰেছে ৬০ টা ৱাৰ্ডৰ ৫৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও এখনো আসন লাভ কৰিব নোৱাৰিলে ।
দলটোৱে যদি উচিত পৰিকল্পনাৰে আগবাঢ়ে তেন্তে ভৱিষ্যতে বিজেপিৰ অন্যতম প্ৰতিদ্বন্দ্বী তথা শক্তিশালী বিৰোধী হৈ উঠিব পাৰে।
অৱসৰ ঘোষণা কৰাৰ আগতে, হৰভজন সিঙে আন এজন প্ৰাক্তন ক্ৰিকেটাৰ কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুৰ সৈতে সাক্ষাৎ কৰিছিল।
বিজেপিৰ অপশাসনৰ ২৭ বছৰৰ পিছত মানুহ ভাগৰি পৰিছে আৰু সেইবাবে আপক সুযোগ দিব।
August 13, 2022