বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ হাফলঙৰ কৰ অধীক্ষক হিচাবে কৰ্মৰত গণপতি ৰয়ৰ বিৰুদ্ধে ।
দুয়োগৰাকীৰ বিৰুদ্ধে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে ।
ইয়াৰে দুটা গোচৰ ৰুজু কৰা হৈছিল ডিব্ৰুগড় থানা আৰু ভঙাগড় আৰক্ষী থানাত।
৫০ জনৰো অধিক উত্তীর্ণ হৈছে
তিনিচুকীয়াৰ বিচিত্ৰা দাস, শিখা নাথ আৰু সৃষ্টি কলিতা লৈ অভিনন্দন জ্ঞাপন কৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই
১৭৭ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয়
২০১২ বৰ্ষৰ এ পি এছ চি পৰীক্ষাত হোৱা বেমেজালি সম্পৰ্কে ২০১৬ চনত পোহৰলৈ আহিছিল ।
এই সন্দৰ্ভত অধিক জানিবৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীক ৯১০১৩৯৮২৬০/৮৬৩৮৩৫৩৪১৫/৯৪৩৫৫০২৮২৮/৬০০১০৪৩৪৭৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷
চাৰিজন লোকক উদ্ধাৰ কৰিছে
The High Court granted relief to a writ petitioner who was excluded from the recruitment drive conducted by the Assam government because he was a general category candidate with physical disability.
অনুষ্ঠানটোত সাংসদ হৰেণছিং বে, বিধায়ক বিদ্যাছিং ইংলেঙ, ৰূপছিং টেৰণেকে ধৰি পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু সদস্য উপস্থিত থাকে ৷
February 1, 2023