পৰিস্থিতি সলনি হোৱা উচিত
Read Moreইয়াৰ পূৰ্বে অক্ষয় কুমাৰে পান মছলাৰ বিজ্ঞাপনত অভিনয় কৰাৰ বাবে জনক্ষোভৰ সন্মুখীন হৈছিল। যাৰ বাবে নায়কে ক্ষমা খুজিবলৈ বাধ্য হৈছিল আৰু প্ৰতিশ্ৰুতি দিছিল যে তেওঁ পুনৰ ধঁপাত সামগ্ৰীৰ বিজ্ঞাপনৰ পৰা দূৰত থাকিব ।
Read Moreভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক যুৱ পৰিক্ৰমা, ক্রীড়া আৰু গৃহ মন্ত্ৰী নিশিথ প্রামানিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এনএছএছ কোষৰ স্বেচ্ছাসেৱকৰ সৈতে জি-২০ ৰ অংশ হিচাপে হোটেল ৰেডিচন ব্লুত ৫ ফেব্ৰুৱাৰীত মত বিনিময় কৰে।
Read Moreউমৈহতীয়া সংগঠন সন্মিলিত সাংবাদিক মঞ্চ¸ দুলীয়াজানে প্ৰতিবছৰৰ দৰে এই বছৰো সাংবাদিকতা বঁটাৰ লগতে আন কেইবাটাও শিতানত প্ৰদান কৰি অহা বঁটাৰ প্ৰাপক আৰু বিশেষভাৱে সম্বৰ্ধিত ব্যক্তিসকলৰ নাম কালি ঘোষণা কৰে ।
Read More