উত্তৰ-পশ্চিম দিশ এৰি এই ঘূৰ্ণী বতাহে উত্তৰ আৰু উত্তৰ-পূবৰ ফালে আগবাঢ়িব। আৰু লাহে লাহে ই উত্তৰ-পশ্চিম বংগোপসাগৰত প্ৰৱেশ কৰিব বুলিও বতৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ে।
Read Moreপ্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰকাশ জাভড়েকাৰে ৰাজ্যখনৰ জনসাধাৰনক ২০২৪ চনত মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডী নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ দুৰ্নীতিপূৰ্ণ আৰু ধ্বংসাত্মক শাসনৰ অৱসান ঘটাবলৈ আহ্বান জনায়।
Read More