মহাবিদ্যালয়ৰ OTP ব্যৱহাৰ কৰি লুণ্ঠন চলাইছিল জলপানিৰ ধনৰ।ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই সৰকাইছিল জলপানিৰ কেইবা কোটি টকা।
Read Moreআৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় ডেৰ কোটি টকা হোৱাৰ উপৰি আৰক্ষীয়ে ২ খন মটৰ চাইকেল,১৪ টা চাবোনৰ বক্স, ৫ টা ম'বাইল আৰু নগদ এক লাখ পঞ্চাছ হাজাৰ টকা জব্দ কৰে।তদুপৰি আৰক্ষীয়ে এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Read More