দ্বিতীয় স্থান লাভ কৰিছে
বিজেপিয়ে ২০০৭ চনৰ পৰা দিল্লীৰ তিনিটা নিগমত শাসন কৰি আছে।
নিৰ্বাচনী ফলাফল সম্পৰ্কত তেওঁ কয় যে কেজৰিৱাল যে সন্ত্ৰাসবাদী নহয় এগৰাকী প্ৰকৃত দেশভক্ত সেই কথা আজি পঞ্জাৱৰ জনসাধাৰণে প্ৰমাণ কৰিলে ।
১৭ ছেপ্টেম্বৰক শুনানিৰ পৰৱৰ্তী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে।
৫০০০ বায়ু নিষ্কাশন কৰা ফিল্টাৰ আছে
অসমৰ পৰা প্ৰায় ১৪০ জনীয়া এটা দল গোৱাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৰাওনা হৈছে।
প্ৰাণ আহুতি দিয়া চিকিৎসকসকলৰ বাবে এয়া এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি
দিল্লীবাসীক বিনামূলীয়া টিকাকৰণ দিয়াটো উচিত
শিশুক ২৫ বছৰ বয়সলৈ মাহিলী ২,৫০০ টকাকৈ পেঞ্চন প্ৰদান কৰা হ'ব
আক্ৰান্তৰ সংখ্যা ৫ শতাংশৰ তৰল নামিলেহে আনিব শিথিলতা ।
বৃহৎ ঘোষণা দিল্লী চৰকাৰৰ,সৃষ্টি কৰিলে নিদৰ্শনৰ ।
দিল্লীত পজিটিভিটিৰ হাৰ ৩৫ শতাংশৰ পৰা ২৩ শতাংশলৈ হ্ৰাস পাইছে ।
ঈশ্বৰে আপোনালোক দুয়োকে অতি সুখী কৰক আৰু পৃথিৱীৰ সকলো প্ৰদান কৰক।
দেশৰ যুৱক-যুৱতী আৰু সেনা জোৱানসকলক ইমান অপমান নকৰিব। এই কষ্ট বিজেপিৰ কাৰ্যালয়ৰ বাহিৰত পহৰা দিবৰ বাবে তেওঁলোকে নকৰে
সোমবাৰে দিল্লীত ক'ভিড সংক্রমণৰ হাৰ বা পজিটিভিটি ৰেট আছিল ৬.৪৬ শতাংশ।
মুখ্যমন্ত্ৰীয়ে লগতে দিল্লীৰ বাসিন্দাসকলক আশ্বাস দিছে যে ব্যয়বহুল চিকিৎসাকে ধৰি সকলো চিকিৎসা দিল্লী চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া হ’ব।
August 15, 2022