অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলাৰ ,৬৭ নং এছ এছ বি বাহিনীয়ে ইতিমধ্যে ২০০ ৰো অধিক ঘৰলৈ গৈ অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এই ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে ।
সকলোৰে বাবে আদৰ্শ হৈ পৰা অক্লান্ত যোদ্ধাগৰাকীয়ে বঁটা গ্ৰহণ কৰি অনাগত দিনত অধিক সক্ৰিয়তাৰে সেৱা আগবঢ়াই যোৱাৰ বাবে প্ৰদান কৰিছে প্রতিশ্রুতি।
স্থানীয় ৰাইজে এইক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাইছে।
এইগৰাকী দুৰ্নীতিপৰায়ণ ৰেঞ্জ অফিচাৰৰ কাৰ্যকলাপত অতীষ্ঠ হৈ নগাঁৱৰ উপায়ুক্তক বিহিত ব্যৱস্থাৰ দাবী জনাইছে।
যোৰহাটত এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ।
যোৱা শুকুৰবাৰে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈক ।
২০১৪ চনত ৪১৪ টকাৰ ৰন্ধন গেছ আজি ১১০০ টকা, ৭০ টকাৰ মিঠাতেল আজি ২২০ টকা হ’ল বুলি কতাক্ষ কৰে ।
জীয়াঢল নদীৰ সোঁপাৰে নিমিৰ্য়মাণ মথাউৰিটো পৰিৰ্দশন কৰে
The CM asked the transport department to take steps for the creation of new posts in the department to take contactless services to a new level.
স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী,অংগনবাদী আৰু আশাকৰ্মী তথা স্থানীয় ৰাইজৰ সহযোগত উক্ত কাৰ্যসূচীৰ সফল সামৰণি পৰে ।
Dual medium of instructions in Assam school
Implemented by the Departments of Tribal Affairs (Plain) and Social Justice Empowerment, the mission has been implemented to carry forward government’s mission of easy public service to the public.
August 9, 2022