কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থ গংগা আৰু মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ জৰিয়তে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে।
Read MoreIn fact, 11,140 artistes will be selected to perform in the mega bihu dance event and 70 per cent of them will be female artistes mostly dancers and 30 per cent will be male artistes
Read Moreবিহু সুৰক্ষা সমিতি অসমৰ প্ৰশিক্ষক মুনিন্দ্ৰ গগৈ, ৰাধিকা ৰাণী শইকীয়াৰ উপৰি কেইবাগৰাকীও প্রশিক্ষকে ছাত্র-ছাত্রীসকলক বিহুৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা প্রশিক্ষণস্থলীত ইন্দ্রানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ বৰা, উপাধ্যক্ষ প্রজ্ঞা সুন্দৰ হাজৰিকা, উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰ বৰাৰ লগতে বিদ্যালয়সমূহৰ কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে।
Read MoreThe chief minister further said that the state would aim at augmenting milk production in association with the National Dairy Development Board and improving the dairy sector which would also pave the way for economic growth.
Read MoreDeputy Commissioner of Udalguri Uday Praveen took stock of the situation where the bamboo groves were cleared by Tangla Municipal authorities resulting in the death of over 200 Cattle Egrets. The official directed for rehabilitation of the surviving baby Cattle Egret to the Wildlife Rehabilitation Centre near Kaziranga National Park in the state.
Read MoreAssam Chief Minister Sarbanand Sonowal today visited the residence of late constable of Assam Police, Roben Das who lost his life during an operation against cattle smugglers at Indo-Bangla Border in South Salmara District recently.
Read MoreA "highly porous" riverine section of the Indo-Bangladesh border in Assam will be put under electronic surveillance from Tuesday in a bid to check illegal immigration and smuggling of arms, ammunition, drugs and cattle, the Union Home Ministry (MHA) said Monday.
Read MoreThe chief minister further said that the state would aim at augmenting milk production in association with the National Dairy Development Board and improving the dairy sector which would also pave the way for economic growth.
Read Moreসেয়ে ভগ্ন শিলৰ বান্ধ সম্পূৰ্ণ নোহোৱালৈকে চলি থাকিব ৰাজহুৱা শ্ৰমদান কাৰ্যসূচী ৷ উল্লেখ্য যে বৰ্তমানৰ ব্যক্তিকেন্দ্ৰিক, যন্ত্ৰবৎ যুগটো বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত মিশ্ৰিত জাতি-জনগোষ্ঠীৰ লোকে সমিলমিলেৰে এনে দৃঢ় মনোবল অটুত ৰখাৰ বিৰল ঘটনা বিগত প্ৰায় এসপ্তাহে পৰিস্ফুট হৈ আছে ওদালগুৰি জিলাৰ ননৈ নদী আৰু কুলশী নদীৰ দুৱাৰমুখ জালীমুখত ৷
Read Moreমন্ত্ৰী পীযুষ হাজৰীকাই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰ বুজ লয় ।
Read MorePrevention is the best policy in respect of protection of precious wildlife on this beautiful earth where intelligent human beings are the leader responsible for preservation of living species,” said Justice N Kotiswar Singh of Gauhati High Court.
Read More