আছাম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নে সেই অঞ্চলত আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই উদ্ধাৰ কৰে এই সমূহ গাঞ্জা ।
Read Moreউপায়ুক্তগৰাকীয়ে ট্ৰেফিক আৰক্ষী আৰু পৰিবহণ বিভাগক অত্যাধিক স্পীড তথা বোজা কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে নিদিষ্ট ষ্টপেজৰ বাহিৰে যাতে ত’তে বাছ ৰখালে চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ আৰু জনসাধাৰণৰ জ্ঞাতাৰ্থে ভাড়াৰ নিৰিখৰ তালিকা জিলা প্ৰশাসনক জনোৱাৰ লগতে অভিযোগৰ বাবে ফোন নম্বৰ দিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে ৷
Read More