তেওঁ ফৌজদাৰী ক্ষেত্ৰখনতো চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। বিশিষ্ট আইনজ্ঞ, অসমৰ প্ৰাক্তন মহাধিবক্তা শ্ৰী পি কে গোস্বামীয়ে শৰ্মাৰ মৃত্যুত গভীৰ দুখ আৰু শোক প্ৰকাশ কৰি কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বেঞ্চখনক এক গতি প্ৰদান কৰি সণ্জীবিত কৰি ৰখাৰ সম্পূৰ্ণ কৃতিত্ব সদ্যপ্ৰয়াত ভবেনশৰ্মাৰ।
Read MoreWriter Parag Kumar Bhattacharjya along with other dignitaries today released two books titled ‘Xurore Deolore’ and ‘Economic Issues of 21st Century’ written by Moon Moon Sarma on the occasion of Bhabendra Nath Saikia Birth anniversary at Guwahati Press Club.
Read Moreঅসমৰ পৰিচিত নাট্যানুষ্ঠান ‘পথাৰ’- দুলীয়াজানৰ উদ্যোগত আৰু দুলীয়াজানৰ উচ্চ শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠান দুলীয়াজান মহাবিদ্যালয়ৰ সহযোগত অহা ২৩ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ চতুদৰ্শ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত হব। দুলীয়াজান মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা উক্ত সমাৰোহত মুঠ দহখন নাটক মঞ্চায়ন হ’ব।
Read More