আমেৰিকাৰ দৰে কিছুমান দেশে পাৰমাণৱিক বা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বাকী অংশক বিপথে পৰিচালিত কৰিছে।
অধিকাৰ প্ৰদান কৰিব
আমেৰিকাৰ বিদ্যালয়ত এনেধৰণৰ আক্ৰমণ এয়াই প্ৰথম নহয় ।
ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে
সম্ভাব্য যুদ্ধৰ পৰিস্থিতিত সীমান্তৱর্তী উক্ত এলেকাৰ পৰা অসামৰিক নাগৰিকসকলক আঁতৰাবলৈ গৈ আক্রান্ত হয় কনভয়টো।
চৰকাৰে বিনামূলীয়াকৈ ফেচ মাস্ক আৰু পৰীক্ষা কিট দিয়াৰ ব্যৱস্থা কৰিছে
যদি আপুনি ছিটাকৰণ নকৰে, তেন্তে আপুনি মৃত্যুমুখত পৰিব পাৰে
এশ কোটিতকৈও অধিক হিন্দু, জৈন, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে এই উৎসৱটো উদযাপন কৰিছে
২৫ ছেপ্টেম্বৰত মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ ৰাওনা হোৱাৰ সময়ত, তেওঁ উভতি অহা বিমানখনত দুখনকৈ বৈঠকত অংশগ্ৰহন কৰিছিল।
২৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে দ্বি-পাক্ষিক বৈঠকত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব ৷
প্ৰায় ২,০০০ লোকক শেহতীয়াকৈ স্থানান্তৰ কৰা হৈছে
ইয়াৰে প্ৰত্যুত্তৰত শুকুৰবাৰে এবিভিপিৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰদৰ্শন কৰাৰ কথা মনস্থ কৰে। এই ঘোষণাৰ পিছতে দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।
পৰিস্থিতি সলনি হোৱা উচিত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে সাগৰীয় দক্ষতা বিকাশ কেন্দ্ৰ গুৱাহাটীৰ উদ্বোধন কৰিব।
এই শীৰ্ষ সন্মিলনত ৬০ গৰাকীতকৈ অধিক বিশেষজ্ঞৰ অংশগ্ৰহণ কৰাৰ কথা আছে৷
ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৱে সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰিব আৰু প্ৰৱাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ ৰূপত সমগ্ৰ দেশৰ বিদ্যাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে পাৰস্পৰিক বাৰ্তালাপৰ এটা অনন্য কাৰ্যসূচী যুগুতাই উলিয়াইছে।
উল্লেখ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ টুইটযোগে কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ তথ্য প্ৰদাশ কৰিছিল।
মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
দশক ধৰি বিশেষকৈ মণিপুৰত সংক্ৰিয় হৈ আছিল জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্ট চমুকৈ ZUF নামৰ নগা বিদ্ৰোহী সংগঠনটো ৷
প্ৰহ্লাদ মোডীৰ নাতিৰ মূৰত সামান্য আঘাত পাইছে । অৱশ্যে তেওঁ সংকট মুক্ত ।
শাসক-বিৰোধীৰ এনে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে বৃহস্পতিবাৰে সদনত পুনৰ মাস্ক পৰিধান কৰি প্ৰৱেশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
In response, senior BJP leader, convenor of NEDA and the chief minister of Assam Himanta Biswa Sarma has criticised Azad for insulting the culture of Meghalaya.
January 26, 2023