বৰ্তমান, ৰাজেশ চিৱান সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
Read Moreকংগ্ৰেছৰ পৰা শকিল আহমেদ আৰু ৰাজেশ কুমাৰ মন্ত্ৰী পদৰ বাবে ফেভাৰিট। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঞ্জীৰ জ্যেষ্ঠ পুত্ৰ সন্তোষ সুমন মাঞ্জীকো মঙলবাৰে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
Read MoreSukhu, 58, who reportedly has the support of over 25 legislators, is the favourite for the Chief Minister's post. Mukesh Agnihotri, 60, also fourth time legislator, is a frontrunner for the top post as well.
Read MoreElections to four Rajya Sabha seats in three Northeastern states – Assam (two seats), Tripura (one seat) and Nagaland (one seat) – will be held on March 31, 2022, the Election Commission of India announced earlier this month.
Read Moreড্ৰাই ডে'ৰ সময়ছোৱাত জিলাখনৰ সুৰা আৰু সুৰাজাতীয় দ্ৰব্যৰ বিক্রী, বিতৰণ তথা আই. এম. এফ. এল. ৱেৰহাউছ, সুৰাৰ খুচুৰা 'অন্' আৰু 'অফ' বিপনী আৰু দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব। এই কালছোৱাত কোনো ব্যক্তিয়ে সুৰা মজুত ৰাখিব নোৱাৰিব।
Read Moreআনহাতে অসম চৰকাৰে মেঘালয়ক মাটি এৰি দিব বিচৰা কাৰ্যতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাই। তেখেতে কয় জাতি-মাটি-ভেটি সুৰক্ষা দিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে এতিয়া মেঘালয়ক মাটি এৰি দি কেনেকৈ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হব সেয়া ৰহস্যৰ বিষয়।
Read More