ছচিয়েল মিডিয়াত অলফাত যোগদানৰ প'ষ্ট দি আটক হোৱা মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয়, যোৱা শুকুৰবাৰে বিচিচিআইৰ টেলিকাষ্ট টিম এটা আহি সম্পূৰ্ণ ষ্টেডিয়ামখন পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰিছে ।
কিতাপৰ দোকান চলাব লাগিব
The HODs after proper compilation of the scanned service books and records will forward it to the sanctioning authority i.e. Director of Pension and Accountant General to sanction the pension.
অসমৰ জনপ্ৰিয় সাহিত্যিকৰ হাজাৰ হাজাৰ কিতাপ পাইৰেছী কৰি এইবাৰ পাণবজাৰ আৰক্ষী থানাৰ অতিথি হ'ল এজন চৰকাৰী চাকৰিয়াল৷
ইয়াৰ বিপৰীতে আন বহুকেইটা সংগঠনে আজি বানাক্ৰান্তৰ মাজত পর্যাপ্ত খাদ্য, পানী, আন আন সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ।
অৱশ্যে যাত্ৰীয়ে অনলাইন টিকট বুকিঙৰ সময়তেই লাগেজৰো তথ্যসহ বুকিং কৰিব পাৰিব।
গ্ৰন্থ উন্মোচন কৰে
নাম পঞ্জীয়ন কৰা হৈছে
ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় বহুতো মিছা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে এই চেনেলসমূহ নিষিদ্ধ কৰা হৈছে।
এগৰাকী ছাত্ৰই গোটেই উত্তৰ বহীতে ডাঙৰ ডাঙৰকৈ আখৰেৰে 'পুষ্পা' ছবিখনৰ জনপ্ৰিয় সংলাপ লিখিছিল। 'পুষ্পা, পুষ্পা ৰাজ আপুন লিখেগা নেহি চালা!'
নক আউট পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত৷
August 15, 2022