উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে ৰুজু কৰিলে আচাদুদ্দিন ওৱাইচিৰ ওপৰত গোচৰ
আনহাতে প্ৰথমখন এজাহাৰত নবীন জিন্দল, শাদাব চৌহান, চাব নকভি, মৌলানা মুফতি নাদিম, আব্দুৰ ৰেহমান, গুলজাৰ আনছাৰী আৰু অনিল কুমাৰ মীনাৰ নাম দ্বিতীয়খন এজাহাৰ উল্লেখ আছে।
Read More