অৱশ্যে ইয়াৰ উৎস বিচাৰি পোৱা নাই যদিও যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিৰাপত্তা বাহিনী আৰু অগ্নিনির্বাপক বাহিনীক সাজু কৰি ৰাখিছে দেৰগাঁও প্রশাসনে।
৯ অক্টোবৰত গৃহমন্ত্ৰীগৰাকী দেৰগাঁৱত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ লগত মিলিত হ’ব ।
এই প্ৰতিযোগিতাত ল'ৰাৰ শাখাত যোৰহাটৰ উৎপলজ্যোতি দাস আৰু ছোৱালীৰ শাখাত আশামনি বৰাই শ্রেষ্ঠ ফাইটাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
দেৰগাঁও, বোকাখাত আৰু কছাৰীহাট নৃত্যাঞ্জলিৰ প্ৰায় ৫০০ ছাত্র ছাত্ৰীয়ে পৰিবেশন কৰিব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান।
বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱা ঘটনাৰ তদন্ত কৰা হব বুলি মন্তব্য কৰি ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ।
দেৰগাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জনোৱা হয় সম্বৰ্ধনা।
অঞ্চলৰ একমাত্ৰ খেলপথাৰখনত মিনি ষ্টেডিয়াম নিৰ্মাণত এতিয়ালৈকে দিয়া হোৱা নাছিল কোনো ধৰণৰ গুৰুত্ব ।
প্ৰশিক্ষণ কেন্দ্ৰৰ উচ্চ পৰ্যায়ৰ বিষয়া বচ্চনে কোনো নোহোৱাৰ সুযোগ লৈ মহিলা আৰক্ষী গৰাকীক বলাৎকাৰ কৰে৷মহিলাগৰাকীৰ স্বামীয়ে সংবাদ মাধ্যমত সদৰী কৰিলে এই কথা।
January 31, 2023