আৰক্ষীৰ হাতত গতাই দিয়ে
ইফালে, উক্ত অনুষ্ঠানত জুবিন গাৰ্গৰ সৈতে উপস্থিত থাকে অভিনেতা নিপন গোস্বামী, গৰিমা শইকীয়া গাৰ্গৰ লগতে অন্যান্য লোক ৷
ঘটনাৰ বিৱৰণী মতে, শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী অহা AS 04 D 1122 নম্বৰৰ গুৰুনানক নামৰ যাত্ৰীবাহী বাছখন মথুৰাপুৰ থানাৰ সন্মুখত ৰখাই আজি বিয়লি আৰক্ষীয়ে তালাচী চলোৱাত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী ধৰা পৰে।
১৪ পেকেট নিষিদ্ধ হেৰোইন ড্ৰাগছ উদ্ধাৰ কৰে
ইয়াৰ পূৰ্বে ধনশিৰি আৰক্ষীৰ তৰফৰ পৰা এই সন্দৰ্ভত অৱগত কৰি বনবিভাগৰ দলদলী গেটত নাকা বহুৱাবলৈ কোৱা হয় ৷
সম্পূৰ্ণ বিষয়টি সম্পূর্ণ হ’বলৈ আৰু কেইমাহমান সময় লাগিব। তেতিয়াহে জনা যাব, আৰিয়ান প্ৰকৃততে অপৰাধী হয়নে নহয়।
বৰ্তমান দুই আটকাধীনক হোজাই আৰক্ষী থানা ৰাখি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিলে আৰু বহু কেইজন যুৱক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
ৰফিকুল ইছলাম চহিদুল হক আৰু মামনি বেগমৰ সহযোগী বুলি জানিব পৰা গৈছে।
আহত আমিৰ হুছেইনক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাব চেষ্টা কৰিছিল
৭০,০০০ টা য়াবা টেবলেট উদ্ধাৰ কৰা হয়
July 4, 2022